Page de couverture de Aadim ripu

Aadim ripu

Aperçu
Essayer pour 0,00 $
Choisissez 1 livre audio par mois dans notre incomparable catalogue.
Écoutez à volonté des milliers de livres audio, de livres originaux et de balados.
L'abonnement Premium Plus se renouvelle automatiquement au tarif de 14,95 $/mois + taxes applicables après 30 jours. Annulation possible à tout moment.

Aadim ripu

Auteur(s): ৰঞ্জু হাজৰিকা
Narrateur(s): পাপলু চেতিয়া
Essayer pour 0,00 $

14,95$ par mois après 30 jours. Annulable en tout temps.

Acheter pour 8,09 $

Acheter pour 8,09 $

À propos de cet audio

অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ "আদিম ৰিপু"। কাহিনী গতি কৰিছে, ডকাইতিৰ দৰে কুকৰ্মক বৃত্তি হিচাপে লৈ জীৱন যাপন কৰা বীৰুৰ ঘটনাৰাজি লৈ। মৃত্যুসম বহু কষ্টকো নেওচি জীয়াই থাকে বীৰু। প্ৰতাপী ডকাইত বীৰু বাটৰ খোজনীয়া হোৱালৈকে এক মননশীল কাহিনী। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব "ষ্টৰীটেল"ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস "আদিম ৰিপু"। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।©2023 Storyside IN (P)2023 Storyside IN Thrillers et romans à suspense
Pas encore de commentaire