Page de couverture de Aghari Aatmar Kahini

Aghari Aatmar Kahini

Aperçu
Essayer pour 0,00 $
Choisissez 1 livre audio par mois dans notre incomparable catalogue.
Écoutez à volonté des milliers de livres audio, de livres originaux et de balados.
L'abonnement Premium Plus se renouvelle automatiquement au tarif de 14,95 $/mois + taxes applicables après 30 jours. Annulation possible à tout moment.

Aghari Aatmar Kahini

Auteur(s): চৈয়দ আব্দুল মালিক
Narrateur(s): আইচেংফা বৰুৱা
Essayer pour 0,00 $

14,95$ par mois après 30 jours. Annulable en tout temps.

Acheter pour 16,18 $

Acheter pour 16,18 $

À propos de cet audio

ছৈয়দ আব্দুল মালিক। সঁচাই যেন তেখেত অসমীয়া সাহিত্য জগতখনৰেই "মালিক"! তেখেত স্বপ্নদ্ৰষ্টা। "অঘৰী আত্মাৰ কাহিনী" শীৰ্ষক উপন্যাসখনি মালিকদেৱৰ এক অনুপম সৃষ্টি। মূল চৰিত্ৰ শশাংকই হওক বা অপৰাজিতাই হওক বা মৃগাংকই হওক, এই সকলোৰে সামাজিক একো একোটা সুন্দৰ পৰিচয় থাকিলেও যেন চৰিত্ৰবোৰৰ স্থায়ী আশ্ৰয় নাই। তেওঁলোকৰ আত্মাবোৰ, মনবোৰ যেন অঘৰী। হাবাথুৰি খাই বিচাৰি ফুৰিছে মনৰ আশ্ৰয়কণ, মানসিক শান্তিকণ। একো একোটা মুখা পিন্ধি যেন চৰিত্ৰবোৰে মাথো জীৱনৰ কৰ্তব্য বোৰহে পালন কৰি গৈ আছে। ব্যক্তিগত ইচ্ছা-অনিচ্ছা, আশা-প্ৰত্যাশাবোৰ সমীৰণ, অপৰা, শশাংকহঁতে যেন বহু আগতেই জলাঞ্জলি দিলে। তেওঁলোকৰ আত্মাবোৰ অতৃপ্ত। অঘৰী! "অঘৰী আত্মাৰ কাহিনী"ত ছাঁয়াই নাজানে তাইৰ পিতৃ কোন, মাতৃ কোন। পৰিচয়হীনতাই তাইৰ পৰিচয়! এই গ্লানিৰ ভাৰ সহিব নোৱাৰি তাই স্বেচ্ছাৰেই আঁতৰি গ'ল পৃথিৱীৰ পৰা- তাই আত্মহত্যা কৰিলে। উপন্যাসখনিৰ প্ৰতিটো চৰিত্রই যেন এটি এটি অঘৰী আত্মা।©2021 Storyside IN (P)2021 Storyside IN Fiction de genre Fiction littéraire
Pas encore de commentaire