OFFRE D'UNE DURÉE LIMITÉE. Obtenez 3 mois à 0,99 $/mois. Profiter de l'offre.
Page de couverture de Dusokut tezor khela

Dusokut tezor khela

Aperçu
En profiter Essayer pour 0,00 $
L'offre prend fin le 16 décembre 2025 à 23 h 59, HP.
Exclusivité Prime: 2 titres gratuits à choisir pendant l'essa. Des conditions s’appliquent.
Vos 3 premiers mois d'Audible à seulement 0,99 $/mois
1 nouveauté ou titre populaire à choisir chaque mois – ce titre vous appartiendra.
L'écoute illimitée des milliers de livres audio, de balados et de titres originaux inclus.
L'abonnement se renouvelle automatiquement au tarif de 0,99 $/mois pendant 3 mois, et au tarif de 14,95 $/mois ensuite. Annulation possible à tout moment.
Choisissez 1 livre audio par mois dans notre incomparable catalogue.
Écoutez à volonté des milliers de livres audio, de livres originaux et de balados.
L'abonnement Premium Plus se renouvelle automatiquement au tarif de 14,95 $/mois + taxes applicables après 30 jours. Annulation possible à tout moment.

Dusokut tezor khela

Auteur(s): ৰঞ্জু হাজৰিকা
Narrateur(s): আইচেংফা বৰুৱা
En profiter Essayer pour 0,00 $

14,95 $/mois après 3 mois. L'offre prend fin le 16 décembre 2025 à 23 h 59, HP. Annulation possible à tout moment.

14,95$ par mois après 30 jours. Annulable en tout temps.

Acheter pour 16,18 $

Acheter pour 16,18 $

À propos de cet audio

ৰঞ্জু হাজৰিকাদেৱৰ জনপ্ৰিয় উপন্যাস "দুচকুত তেজৰ খেলা" ত লেখকে দুগৰাকী যমজ ভগ্নী, ময়ূৰিকা আৰু সৌমিতাৰ এটি জীৱন কাহিনী বৰ্ণনা কৰিছে অতি সুন্দৰ ৰূপত। একেগৰাকী মাতৃৰ ঔৰসৰ পৰা একেটা সময়তে দুয়ো ভগ্নীৰ জন্ম হ'লেও দুয়োৰে ভাগ্য কিন্তু সম্পূৰ্ণ বিপৰীত...স্বামী সৰিতৰ সৈতে ময়ূৰিকাৰ এক সুখৰ সংসাৰ আনহাতে সৌমিতাৰ বিবাহ এনে এজন দুষ্ট প্ৰকৃতিৰ লোকৰ সৈতে হৈছিল যাৰ সতে বিয়াৰ পিছত দুটা দিনো তাই শান্তিৰে থাকিব নোৱাৰিলে... আইনী প্ৰক্ৰিয়াৰ মাজেৰে অতি কম সময়ৰ ভিতৰতে দুয়োৰে মাজত বিবাহ বিচ্ছেদো ঘটিল...কিন্তু সৌমিতাৰ সমস্যা তথা কৰুণ কাহিনী তাতেই অন্ত নপৰিল। এইবোৰ দেখি-শুনি ময়ূৰিকাই "মাসাৰদা"ৰ আশ্ৰমলৈ গৈ মা'ৰ পৰা আশীৰ্বাদ বিচাৰি গ'ল। মা'য়ে সৌমিতাৰ ভবিষ্যতৰ দিনবোৰ অতি সুন্দৰ আৰু ময়ূৰিকাৰ জীৱনলৈহে অমাৱশ্যা নামি অহাৰ কথা ক'লে। আৰু ময়ূৰিকাৰ মংগলৰ বাবে ডিঙিত পিন্ধিবলৈ বুলি এটি ৰক্ষাকৱচ দি পঠিয়ালে। কিন্তু এদিন হঠাত্ সৌমিতা ঘৰৰ পৰা এক বিশেষ সকামত ওলাই যাবলৈ লওঁতে তাইৰ জীৱনৰ নিৰাপত্তাৰ বাবে ময়ূৰিকাই নিজৰ ডিঙিৰ পৰা মালাডাল খুলি সৌমিতাৰ ডিঙিত পিন্ধাই দিলে। লগে লগে যেন ভাগ্যই লুটি-বাগৰ মাৰিলে! দুয়ো যমজ ভগ্নীৰ জীৱনলৈ ঘোৰ বিপদ নামি আহিল! সময়ে কালৰূপ ধাৰণ কৰিলে! দুয়োগৰাকীৰ মাজৰ এগৰাকী ভগ্নী অম্বৰৰ হাতত অপহৃত হ'ল আৰু তাৰেই দুষ্ট বন্ধুবোৰৰ হাতত ধৰ্ষিতা হৈ তাই প্ৰাণ ত্যাগ কৰিলে! তাৰপিছতেই আৰম্ভ হয় প্ৰতিশোধৰ দাবানল! লেখকে এনেদৰেই আগবঢ়াই লৈ গৈছে উপন্যাসৰ কাহিনীভাগ। কাহিনীৰ শেষৰভাগ জানিবলৈ কিন্তু আপোনাকে "ষ্টৰীটেল"ৰ জগতত বিচৰণ কৰিব লাগিব গতিকে আহক আমি একেলগে এই উপন্যাস পাঠ উপভোগ কৰোঁ ।©2021 Storyside IN (P)2021 Storyside IN Roman policier
Pas encore de commentaire