Page de couverture de Mrityunjayi Bharat

Mrityunjayi Bharat

Aperçu

Obtenez gratuitement l’abonnement Premium Plus pendant 30 jours

14,95 $/mois après l’essai de 30 jours. Annulez à tout moment.
Essayer pour 0,00 $
Autres options d’achat
Acheter pour 14,08 $

Acheter pour 14,08 $

À propos de cet audio

মৃতুঞ্জয়ী ভাৰত' হৈছে আমিশ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ 'ইম্মৰটেল ইণ্ডিয়াৰ' অসমীয়া সংস্কৰণ য'ত তেওঁ প্ৰাচীন ভাৰতীয় ইতিহাসৰ বহুতো তথ্যৰ লগতে বিশ্ব ইতিহাসৰ বিষয়েও উল্লেখ কৰিছে।এই গ্ৰন্থখনত তেওঁৰ অন্যান্য গ্ৰন্থ.. যেনে- শিৱ ত্ৰিল'জী, ৰাম ত্ৰিল'জী, চোহেল দেৱ, ধৰ্ম ইত্যাদি গ্ৰন্থক লৈ পাঠকৰ মনত উদ্ৰেক হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে লগতে তেওঁ কেনেদৰে আৰু কি পৰিস্থিতিত বেংকৰ চাকৰি বাদ দি সাহিত্য জগতলৈ যাত্ৰা কৰিলে আৰু এই গ্ৰন্থত উল্লেখিত তিনি গৰাকী মহিলাই কি দৰে এই ক্ষেত্ৰত তেওঁক সহায় কৰিলে সেই বিষয়েও জনাইছে।তেওঁ প্ৰাচীন ভাৰত আৰু আধুনিক ভাৰতৰ গুণ-দোষ,ত্ৰুটি-পাৰ্থক্য সমূহ খুব সুন্দৰভাৱে অংকন কৰিছে এই গ্ৰন্থখনত,লগতে সেই আসোঁৱাহ সমূহ দূৰ কৰিবলৈ আজিৰ যুৱ-প্ৰজন্মই কৰিবলগীয়া কৰণীয়খিনিও আঙুলিয়াই দিছে।তেওঁ আধুনিক ভাৰতৰ যুৱ-প্ৰজন্মৰ সৎ মানসিকতাকো শলাগিছে। এনে আৰু বহুতো আমোদজনক তথ্যৰ বিষয়ে জানিবলৈ শুনক আমিশ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ 'ইম্মৰটেল ইণ্ডিয়া'ৰ অসমীয়া সংস্কৰণ 'মৃতুঞ্জয়ী ভাৰত'।©2021 Storyside IN (P)2021 Storyside IN
Pas encore de commentaire