Page de couverture de Osin dweep oxanto xagor oboruddho prem

Osin dweep oxanto xagor oboruddho prem

Aperçu
Essayer pour 0,00 $
Choisissez 1 livre audio par mois dans notre incomparable catalogue.
Écoutez à volonté des milliers de livres audio, de livres originaux et de balados.
L'abonnement Premium Plus se renouvelle automatiquement au tarif de 14,95 $/mois + taxes applicables après 30 jours. Annulation possible à tout moment.

Osin dweep oxanto xagor oboruddho prem

Auteur(s): ৰঞ্জু হাজৰিকা
Narrateur(s): ৰত্ন দাস
Essayer pour 0,00 $

14,95$ par mois après 30 jours. Annulable en tout temps.

Acheter pour 16,18 $

Acheter pour 16,18 $

À propos de cet audio

জেয়াৰ... ।দ্য ডাৰ্ক কণ্টিণেণ্ট ৰূপে খ্যাত আফ্ৰিকাৰ এই অতিশয় ৰহস্যাবৃত অঞ্চললৈ যিয়ে এবাৰ গৈছে উভতি অহাৰ তথ্য আজিলৈ কাৰো হাততেই নাই ।তেনেস্থলত হঠাৎ ড০ অধ্যাপকৰ কিয় এই পৰিকল্পনা ?শেষত পৰিকল্পনা মতেই যাবলৈ সাজু হ'ল তিষ্যা আৰু ৰবীন ।লগত সহযোগী হিচাপে ওলাল বন্ধু হিমু আৰু যীচু । অভিযানৰ সফল সমাপ্তিৰ পিছতেই তিষ্যা আৰু ৰবীনৰ বিয়াৰ কথা তিষ্যাৰ পিতৃ ড০ অধ্যাপকে অভিযানৰ পূৰ্বেই ঘোষণা কৰিলে ।তাৰ পিছত আৰু উভতি চোৱাৰ সকলোবোৰ পথ অৱৰুদ্ধ।এনেদৰে প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হ'ল তিষ্যা,ৰবীন,হিমু আৰু যীচু।ৰঞ্জু হাজৰিকাৰ বহুচৰ্চিত ৰহস্য উপন্যাস 'অচিন দ্বীপ,অশান্ত সাগৰ আৰু অৱৰুদ্ধ প্ৰেম' নামৰ এই গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই কঢ়িয়াই নিছে গভীৰ উৎকণ্ঠা, সংশয়, অনিশ্চয়তা আৰু দ্ৰুত পৰিৱৰ্তনশীল আবেগ আৰু ঘটনাপ্ৰবাহৰ শ্বাসৰুদ্ধকাৰী শিহৰণ ।আহঁক, 'জেয়াৰ'ৰ অটল ৰহস্যৰ অচীন আন্ধাৰ পৃথিৱীত হেৰাই যোৱা এহাল প্ৰেমিক যুগল আৰু দুই বন্ধুক এই গ্ৰন্থপাঠৰ মাজেৰেই আমি বিচাৰি যাওঁ.....©2023 Storyside IN (P)2023 Storyside IN
Pas encore de commentaire