Page de couverture de Duronto dosyu

Duronto dosyu

Aperçu

Obtenez gratuitement l’abonnement Premium Plus pendant 30 jours

14,95 $/mois après l’essai de 30 jours. Annulez à tout moment.
Essayer pour 0,00 $
Autres options d’achat
Acheter pour 13,50 $

Acheter pour 13,50 $

À propos de cet audio

হঠাতে ঘটিল এটা হত্যাকাণ্ড। সেই হত্যাকাণ্ডৰ উহঁ বিচাৰিবলৈ নৌপাওঁতেই আহি পৰে দুৰন্ত দস্যু। কিন্তু কোন এই দুৰন্ত দস্যু? এটাৰ পিছত এটাকৈ সংঘটিত হৈ গৈ থাকে হত্যাকাণ্ডবোৰ। সংঘটিত হোৱা হত্যাকাণ্ডত বিভ্ৰান্ত হৈ পৰে ডিটেকটিভ দেৱজিত ফুকন। ইফালে আকৌ প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ ৰহস্যৰ আঁত বিচাৰি গৈ বন্দী হৈ পৰে ৰহস্যৰ জালত। আৰু বিজ্ঞানী অমলকৃষ্ণ? পৃষ্ঠাই পৃষ্ঠাই ৰহস্য, ৰোমান্স, হত্যা, বিশ্বাসঘাটকতা। পিছে কোন সেই দুৰন্ত দস্যু? এই সকলোখিনি জানিবলৈ ষ্টৰীটেলযোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস "দুৰন্ত দস্যু"।©2021 Storyside IN (P)2021 Storyside IN Roman policier
Pas encore de commentaire